ফ্লʼটিং ফর্কচ

ফ্লʼটিং ফর্কচ

ভাসমান কাঁটাচামুচৰ এই কৌশলী বৈজ্ঞানিক ধেমালিটোৰ বাবে প্রয়োজন হয় এটা সৰু পানী খোৱা বটল, দুখন কাঁটা চামুচ, দুডাল দাঁত খৰকিওৱা কাঠী আৰু অলপ বালিI এই ধেমালিটো কৰাৰ কৌশলটো শিকিবলৈ এই ভিডিঅʼটো চাওকI

https://files.metastudio.org/media/d/8/f/4b6d98e8558ebd96720049c185f00fcbe4aadefc07dfa915079f1ec323af1.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta