মʼডেল অফ আই

মʼডেল অফ আই
0

মʼডেল অফ আই

চকুৰ এই আর্হিটো সাজি উলিয়াবলৈ এটা প্লাষ্টিকৰ ডাঙৰ বল, পি.ভি.চি. পাইপৰ এটা টুকুৰা, ১০ ছে.মি. ফোকাচ দৈর্ঘ্যৰ এখন উত্তল লেন্স, ট্রেচিং কাগজৰ ঘূৰণীয়া টুকুৰা এটা আৰু এটা এক্রিলিকৰ টুকুৰা লাগিবI কেনেকৈ এই আর্হিটো সাজিব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওকI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta