পেʼজ বুক

পেʼজ বুক

ʼশেষ নোহোৱা বহীʼ কণমাণিহঁতে আমোদ পোৱা এটি হস্তকৌশল I এইটো সাজি উলিয়াবলৈ প্রয়োজন হয় দুখন ১৫ ছে. মি.ৰ কাগজৰ টুকুৰা, এখন কেঁচী, এটা কলম আৰু অকণমাণ আঁঠা I তৈয়াৰ কৰাৰ কৌশলটো জানিবলৈ এই ভিডিঅʼটো চাওক I

https://files.metastudio.org/media/d/6/5/f86841b6c42e104bbbfd1fb509700fbfc6210adfa69e419281eabf532b44b.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta