মটৰ জেনেৰেটৰ

মটৰ জেনেৰেটৰ
0

মটৰ জেনেৰেটৰ

এক ফুট দীঘল দুডাল বাঢ়নি কাঠী, ১২ ভল্ট ডিচিৰ এটা পুতলা মটৰ, এটা সৰু পুলি বা কপিকল, এটা সৰু এলইডি বাল্ব আৰু কিছু সূতাৰ সহায়ত এই পুতলা জেনেৰেটৰৰ আর্হিটো সাজি উলিয়াবলৈ এই ভিডিঅʼটো সহায়ক হʼবI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta