এগ ইন বটল

এগ ইন বটল
0

এগ ইন বটল

ʼবটলত কণীʼ কণমাণিহঁতৰ কাৰণে এটা আকৰ্ষণীয় বৈজ্ঞানিক ধেমালিI কণী এটা, অ-লৱণাক্ত পানীৰে ভৰা বটল এটাত লৈ বটলটো কোনো কঠিন পৃষ্ঠৰ ওপৰত এৰি দিলে কণীটো ভাঙি চূৰ্ণাকৃতি হয়; কিন্তু একেটা কণী, লৱণাক্ত পানীৰে ভৰা বটল এটাত লৈ সম দূৰত্বৰ পৰা একেখন পৃষ্ঠতে পেলালে, কণীটো নেভাঙেI কেনেদৰে জানিবলৈ এই ভিডিঅʼটো চাওকI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta