বটল জেʼট

বটল জেʼট
0

বটল জেʼট

বায়ুৰ চাপ সম্পর্কীয় এই পৰীক্ষাটো কৰিবলৈ প্রয়োজন হʼব এটা পেলনীয়া পানীৰ বটল, চাৰিটা চাইকেলৰ স্পʼকৰ অক্ষ, এটা ৰবৰৰ থিলা, চাৰিটা সৰু চকা আৰু এখন প্লাষ্টিকৰ তলI কেনেকৈ এই সঁজুলিটো নিৰ্মাণ কৰিব পৰা যায় জানিবলৈ এই ভিডিঅʼটো চাওকI

https://files.metastudio.org/media/7/6/0/4fa048062146f271568c9ab5c1651d08b341556f34140e30d264cdfea5e51.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta