কেন টিল্ট

কেন টিল্ট
0

কেন টিল্ট

আমোদজনক শিক্ষাৰ মাধ্যম হিচাপে কণমাণিহঁতৰ কাৰণে উপযোগী এই বৈজ্ঞানিক ধেমালিটোৰ কাৰণে প্রয়োজন হʼব এটা শীতল পানীয়ৰ কেন্ আৰু এটা গধুৰ বল বিয়েৰিংI কেনেকৈ ইয়াক সম্পাদন কৰিব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওকI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta