ফেন স্প্রিংক্লাৰ

ফেন স্প্রিংক্লাৰ
0

ফেন স্প্রিংক্লাৰ

ঘূর্ণীয়মান পানী সিঁচৰতি কৰা এই যন্ত্রটো সাজি উলিয়াবলৈ প্রয়োজন হʼব এটা পুৰণি পানীৰ বটল, চাইকেলৰ স্পʼক, এডাল পি.ভি.চি. পাইপ, এডাল শীতল পানীয় খোৱা নলী আৰু এটা সৰু মণিI কেনেকৈ এই সঁজুলিটো সাজিব পাৰি জানিবলৈএই ভিডিঅʼটো সহায়ক হʼবI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta