মেগনেটিক জাম্পিং ফ্রগ

মেগনেটিক জাম্পিং ফ্রগ

ʼজঁপিয়াই থকা চুম্বকীয় ভেকুলীʼ, চুম্বকৰ গুণ সম্পর্কীয় এক ধেমালিI ৰবৰৰ তল, ডিস্ক বা ৰিং চুম্বক চাৰিটুকুৰা, কাগজত আঁকি শীতল পানীয়ৰ নলী এডালত লগাই থোৱা এটা ভেকুলী আৰু এডাল শীতল পানীয় খোৱা নলীৰ সহায়ত কেনেদৰে এই ধেমালিটো কৰিব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওকI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta