চিডি হʼভাৰক্রাফ্ট

চিডি হʼভাৰক্রাফ্ট

কণমাণিহঁতৰ কাৰণে আমোদজনক শিক্ষাৰ মাধ্যম হিচাপে এটা বেলুন, এডাল পেলনীয়া স্কেট্চ কলম, এখন পেলনীয়া চিডি আৰু এখন ৰাবাৰ ডিস্কৰ সহায়ত হʼভাৰক্রাফ্টৰ এটা ধেমেলীয়া নমুনা বনাবলৈ এই ভিডিঅʼটো চাওকI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta