লেভিটেটিং পেঞ্চিল

লেভিটেটিং পেঞ্চিল

পুৰণি হাৱাই চেণ্ডেলৰ ৰবৰৰ তল ডোখৰ, কেইটুকুৰামান ডিস্ক চুম্বক, এটা মুদ্রা আৰু এডাল পেঞ্চিলৰ সহায়ত এই ভাসমান চকৰী পেঞ্চিলৰ ধেমালিটো কৰিব পৰা যায়I কেনেকৈ জানিবলৈ এই ভিডিঅʼটো চাওকI

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta