নিউটনচ ডিস্ক

নিউটনচ ডিস্ক

নিউটনৰ ৰঙীন ডিস্কৰ আর্হি এটা সাজি উলিয়াবলৈ এখন পুৰণি চিডি, ৰামধেনু ৰং কৰা কাগজ লগোৱা এখন চিডি, কিছু ৰঙীন কলম, এটা মার্বল আৰু অলপ আঠাৰ প্রয়োজনI কেনেকৈ এই আর্হিটো সাজিব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওক

https://files.metastudio.org/media/3/0/f/5fd553e0d22f8b417ec2943a9d17bcba936ae7724f154b679c88965bb7463.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta