বাউন্সী বলচ

বাউন্সী বলচ
0

বাউন্সী বলচ

‘বাউন্সী বল’ বা ‘জঁপিয়াই থকা বল’ এই ধেমালিটো কৰিবলৈ চাৰিটা সৰু আকাৰৰ ৰবৰৰ বল, এটা তুলনামূলকভাৱে ডাঙৰ ৰবৰৰ বল, এটা পিং-পং বল আৰু সূতাৰ প্রয়োজন হয়I দুটা সৰু আকাৰৰ ৰবৰৰ বল সূতাত ওলোমাই ইটোৰ লগত সিটোৰ খুন্দা মাৰিলে, দুয়োটা সমান দূৰ্লৈ আঁতৰি জপিয়ায়I এটা সৰু বল, এটা ডাঙৰ বলৰ লগত খুন্দিয়ালে ডাঙৰ বলটো একে ঠাইতে থাকে, সৰু বলটোৱে নিজৰ স্থান সলনি কৰেI আকৌ ডাঙৰ বলটোৰ আকৃতিৰ এটা পিং-পং বলৰ লগত সৰু বলটো খুন্দিয়ালে সৰু বলটো একে ঠাইতে থাকে, পিং-পং বলটোৱেহে নিজৰ স্থান সলনি কৰেI কিয় এনে হয় জানিবলৈ এই ভিডিঅʼটো চাওকI

https://files.metastudio.org/media/2/8/a/2b517ec230213d1ef015109286ad7597a8fab4b4e467e0942dba3b54771e6.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta