জ্যামিত্রি উইথ মেগনেটচ

জ্যামিত্রি উইথ মেগনেটচ
0

জ্যামিত্রি উইথ মেগনেটচ

ডিস্ক চুম্বকৰ টুকুৰা, বটলৰ সাঁফৰ আৰু এচৰীয়া পানীৰে কৰিব পৰা এই ধেমালিটো কণমাণিহঁতক বিভিন্ন জ্যামিতিক আকাৰ সম্পর্কীয় জ্ঞান দিয়াৰ কাৰণে উপযোগীI কেনেকৈ এই ধেমালিটো কৰিব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওকI

https://files.metastudio.org/media/d/7/4/3c160a94b39c99974c36390d9b660ce6910667f825d165b1af9d83f206253.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta