মেগলেভ চিডি

মেগলেভ চিডি
0

মেগলেভ চিডি

চকৰী চিডিৰ এই সঁজুলিটো চুম্বকীয় গুণৰ ওপৰত প্রতিষ্ঠিতI নিচেই কম বয়সৰ কণমাণিহঁতক ৰঙৰ শিক্ষা দিয়াৰ ক্ষেত্রটো এই পৰীক্ষাটো কামত আহিবI দুখন চিডি, এটা পুৰণি চিডিৰ বাকচ, এটা পানী খোৱা বটলৰ সাঁফৰ, ডিস্ক চুম্বকৰ টুকুৰা, ৰামধেনু ৰং কৰা চিডি এখনৰ আকৃতিৰ কাগজৰ সহায়ত কেনেকৈ এই সঁজুলিটো সাজি উলিয়াব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওকI

https://files.metastudio.org/media/1/c/e/449f33b49e5ca236117ea2892b9f10e401ed35f15ae5001966670d71f064c.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta