কালাৰফুল ফিছ

কালাৰফুল ফিছ
0

কালাৰফুল ফিছ

নিচেই কম বয়সৰ কণমাণিহঁতৰ কাৰণে উপযোগী এই ধেমালিটো কৰিবলৈ প্রয়োজন হʼব ৰঙীন কলম, এখন কার্ড বর্ড, স্বচ্ছ কাগজ আৰু কাগজত অঁকা মাছৰ ছবিI কেনেকৈ এই ধেমালিটো কৰিব পাৰি জানিবলৈএই ভিডিঅʼটো সহায়ক হʼবI

https://files.metastudio.org/media/1/2/7/e386b57832301fe2dc37bf8e154c2c6183fdea495faa21a2d067ae6081989.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta