কালাৰ মিক্সাৰ

কালাৰ মিক্সাৰ
0

কালাৰ মিক্সাৰ

কণমাণিহঁতক প্রাথমিক ৰং আৰু দুই বা ততোধিক প্রাথমিক ৰঙৰ সংমিশ্রণত তৈয়াৰ হোৱা দ্বিতীয়ক ৰং সমূহৰ বিষয়ে সম্যক ধাৰণা দিবলৈ উপযোগী এই খেলনা সঁজুলিটো কেনেদৰে সাজিব পাৰি জানিবলৈ এই ভিডিঅʼটো চাওক

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta