মিনি ষ্ট্রʼ পাম্প

মিনি ষ্ট্রʼ পাম্প
0

মিনি ষ্ট্রʼ পাম্প

শীতল পানীয় খোৱা নলীৰ সহায়ত এটা ক্ষুদ্র পাম্পৰ আর্হি তৈয়াৰ কৰি উলিয়াবলৈ এই ভিডিঅʼটো সহায়ক হʼবI পৰীক্ষাটোৰ কাৰণে প্রয়োজনীয় সামগ্রীসমূহ হৈছ- এডাল চাইকেলৰ স্পʼক,এডাল শীতল পানীয় খোৱা নলী, এডাল সূতা, দুটা সৰু মণি আৰু এটা বিয়েৰিং বলI

https://files.metastudio.org/media/d/d/f/1e38aa19022efbf851f4464d98675818d63cc43ae282dabf13e646d161f92.mp4

License: CC-BY-SA 4.0 unported
Source: Arvind Gupta